আৰণ্যক

কবিতা-
আৰণ্যক :

আৰণ্যজ সপোন এটাই মোক


আবৰি ৰাখে অহৰহ


অনাদি কালতে এৰি অহা


আমাৰ আদিম অৰণ্যৰ


জাৰণীয়া সময়,


বনফুলৰ সুগন্ধি বিচাৰি বিচাৰি


মই চলাথ কৰো


ইখনৰ পাছত সিখনকৈ গাঁও।


পঞ্চবটীৰ আকুল ছাঁত ৰৈ


মই যেন বিচাৰিম



মায়াময় জীৱনৰ অৰিষ্ট

---------------------------

Comments

Popular posts from this blog

নামঘৰ