মাটি

মাটি :

উপজি পুৱাতে মাটিত পৰাৰ দুখ-

মাটিৰ পুতলা তই

মাটিত নাভাগ সোণ। 

কেতিয়াবা চিকাৰী চিলাই

 থপিয়াই নিয়ে মাটিৰ সপোন। 

মানুহে মাটিৰ পৰাই আকাশ চোৱে 

আৰু সপোনৰ শেষত 

মাটিলৈ নামে

উৰণীয়া হাইঠাও মাটিত পৰে। 

মাটি মানুহৰ অন্তিম ইচ্ছা 

মানুহৰ অনন্ত শয়ন। 

----------------------------

লোচন মণি গগৈ 

Comments

Popular posts from this blog

নামঘৰ